Covid 19 ৰ প্ৰতিকূল পৰিবেশৰ বাবে মৌচাক আৰু নতুন আৱিষ্কাৰৰ যিসমূহ সংখ্যা সকলো ঠাইতে উপলব্ধ নহ'ল সেই সমূহ সংখ্যা ইয়াৰ পৰা লৈ পঢ়িব পাৰিব ।
ডাউনলোড কৰিবলৈ তলৰ প্ৰয়োজনীয় ফাইলটোত ক্লিক কৰক। অনুগ্ৰহ কৰি ব্লগটো Subscribe কৰিবলৈ নাপাহৰে যেন, যাতে আগলৈ নতুন পোষ্ট বা ফাইল আপদেটৰ লগে লগে আপুনি খবৰ পাই। অসুবিধা নহ'লে শ্বেয়াৰ কৰিব আৰু লেখাসমূহ পঢ়ি মতামত জনাব বুলি আশা ৰাখিলো।
বিঃদ্ৰঃ - ইয়াৰ পৰা ডাউনলোড কৰি অন্য 'website' আদি যেন আপলোড নকৰে। কাৰণ মৌচাকৰ সম্পাদকৰ অনুমতি লৈহে এই সংখ্যাসমূহ ইয়াত আপলোড কৰা হৈছে। অনুমতি অবিহনে অন্য site ত আপলোড অবৈধ বুলি গণ্য কৰা হ'ব।
ধন্যবাদ
(২০২১)
(২০২০)

'মৌচাক' আলোচনীৰ অক্টোবৰ/২০২০, নৱেম্বৰ/২০২০ আৰু ডিচেম্বৰ/২০২০ সংখ্যা আপলোড্ কৰি দিবচোন ।
ReplyDeleteআপলোড কৰা হৈছে, চাওকচোন।
Deleteচালোঁ । পঢ়ি বহুত ভাল লাগিল । বহুত ভাল পদক্ষেপ লৈছে । ধন্যবাদ । ডিচেম্বৰ/২০২০-ৰ 'মৌচাক' আলোচনীখন পোৱা নাই... আপলোড্ কৰিবচোন ।
Deleteআপলোড কৰা হৈছে। চাবচোন
Delete'মৌচাক' আলোচনীৰ জানুৱাৰী/২০২১ সংখ্যা আপলোড্ কৰি দিবচোন । পঢ়ি বহুত ভাল লাগিল । শিশু উপযোগী সাহিত্যৰ এই পদক্ষেপৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ।
ReplyDeleteযদিয়ে নতুন আৱিষ্কাৰ বা মৌচাকলৈ লেখা প্ৰকাশৰ কেনেকৈ প্ৰেৰণ কৰিম,
ReplyDeletemouchaq@rediffmail.com
Deleteইয়াত পঠাব পাৰিব
'মৌচাক'আলােচনীৰ জুলাই ২০২১ সংখ্যা প্ৰকাশ পালে যদি আপলোড্ কৰি দিবচােন।
ReplyDeleteআপলোড কৰা হৈছে
Deleteমৌচাকৰ অফিচিয়েল ৱেবচাইটত পঢ়ুৱৈসকলে বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰাকৈ আপোনালোকে কিছুসংখ্যক পুৰণি মৌচাক আৰু নতুন আৱিষ্কাৰৰ কপি উপলব্ধ কৰিছিল। কিন্তু ৱেবচাইটোত এতিয়া সেই কপিবোৰ উপলব্ধ নহয়। অনুগ্ৰহ কৰি আপুনি সেই কপিবোৰ ইয়াতে উপলব্ধ কৰিলে আমি পঢ়ুৱৈসকল যথেষ্ট উপকৃত হম।
ReplyDeleteমৌচাকমামাৰ সতে এইবিষয়ে আলোচনা কৰিম। ধন্যবাদ
Delete